ceo_assam[at]eci[dot]gov[dot]in 1800 3451947

অস্বীকৰণ

  • মুখ্য পৃষ্ঠা
  • অস্বীকৰণ

এই ৱেবচাইটটো মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, অসম চৰকাৰে আপোনালোকলৈ আগবঢ়াইছে। ইয়াত উল্লেখ কৰা তথ্যসমূহ শুদ্ধ আৰু সময়োপযোগী বুলি নিশ্চিতকৰণৰ উদ্দেশ্যে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। যদি কোনো ভুল-ভ্ৰান্তি আমাৰ দৃষ্টিগোচৰ কৰা হয় তেতিয়াহ'লে আমি সেয়া শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। অন্য ইণ্টাৰনেট চাইটৰ লিংকসমূহক ইয়াত উল্লিখিত ধাৰণাসমূহৰ অনুমোদনৰ ৰূপত লোৱা উচিত নহয়।

নতুন কি